বিলাসীপাৰাত ভুমি বিভাদক কেন্দ্র কৰি প্ৰচণ্ড মাৰ পিঠ, এজনৰ মৃত্যু।
ভুমি বিভাদ লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰ পিঠ সংঘটিত হয়।
আজি আবেলি ৩ বজাত বয়জেৰ আলগা ২ য় খণ্ডত মাটিৰ সীমাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হয় হৃদয় চুই যোৱা ঘটনা আন কি মৃত্যুৰ মুখত পৰিব লগীয়া হয় আলী আজগৰ নামৰ ল'ৰা জন। জানিব পৰা মতে আলীৰ এটা পুত্ৰ আছে বয়স ১ বছৰ ৫ মাহ।
শিশু সন্তনক এৰি থৈ এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে আলীয়ে। ঘটনা সন্দৰ্ভত ৰাইজে দাবী উত্থাপন কৰে যে, দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে।
স্থানীয় ৰাইজে আৰক্ষী মহোদয়ক অনুৰোধ জনাই কয় দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী জনায়।
এই ক্ষেত্ৰত আৰক্ষী কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষনীয় ।
বিলাসীপাৰাৰ পৰা হাছেন আলী ৰিপোৰ্ট ।।
0 Comments