কৰণা মহামাৰীৰ বিভীষিকাৰ মাজতে সুকলমে পাৰ হৈ গল ভোট গণনা

কৰণা মহামাৰীৰ বিভীষিকাৰ মাজতে সুকলমে পাৰ হৈ গল ভোট গণনা।

গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিত কংগ্ৰেছৰ বৃহৎ জয় তাৰ মাজতে ৩৯ নম্বৰ জলেশ্বৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী সকলৰ কোনে কিমান ভোট পাইছে তাৰেই এক আভাস দিছো - 

কংগ্ৰেছৰ আফতাব উদ্দিন মোল্লা ৭৬০২৬ ভোট পাই বিজয়ী হৈছে। নিকটতম প্ৰতিদন্দী AIUDF ৰ ডাঃ ৰেজা এম এ আমিনে ৫৪০৪৬ ভোট পাবলৈ সক্ষম হয়।উছমান গনি, বি জে পি -১৪০১৫ খুৰশ্বিদ মিৰ্জা আশিকুৰ ৰহমান, তৃণমূল কংগ্ৰেছ - ১৮৪২ 

ৰশিদুল হক, অসম জাতীয় পৰিষদ- ৯১৩ উছমান গনি মোল্লা SUCI - ৫৬৪ আখেৰুজ জামান মোল্লা, নিৰ্দ্দলীয়- ৭৫৪ মোজাহাৰুল ইছলাম, নিৰ্দ্দলীয় - ৬২৬ নটা - ৯৬৮ জলেশ্বৰ সমষ্টিত একাংশ দলীয় বা নিৰ্দলীয় প্ৰাৰ্থীতকৈ নটাই বেছি ভোট পোৱাত সমষ্টিত চলিছে সৰৱ চৰ্চা। 

আফতাব উদ্দিন মোল্লাৰ জনপ্ৰিয়তাৰ ওচৰত ডাঃ ৰেজা আমিনৰ ধনবল জনবলে হাৰ মানিলে বুলি জানিব পৰা গৈছে।

Post a Comment

0 Comments