Assam Election Results 2021: বটদ্ৰৱাত ৰণত পৰিল আঙুৰলতা,৩২,৬১২টা ভোটৰ ব্যৱধানত জয়ী হ'ল শিৱামণি বৰা

৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ নিৰ্বাচনী ফলাফলঃ

বটদ্ৰৱা সমষ্টিত কংগ্ৰেছৰ 20 গৰাকী প্ৰিয়ংকা গান্ধী আহিলেও মোৰ ইয়াত কাম নহব এই কথা কোৱা বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই আজিৰ ফলাফলত পৰাজয় বৰণ কৰে 


বিজেপি দলৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই সৰ্বমুঠ ৫০৮৫৪ টা ভোট লাভ কৰি অৱশেষত পৰাজয় হয়।


ইফালে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনি বৰাই ৮৩৪৬৬ টা ভোট লাভ কৰি জয় লাভ কৰে ।


বটদ্ৰৱাৰ সমষ্টিৰ ফলাফল কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনি বৰা ৩২৬১২ টা ভোটৰ ব্যবধানত জয়ী হৈছে।

Post a Comment

0 Comments