ৰাজ্যৰ গড়কাপ্তানি বিভাগত পথ নিৰ্মাণৰ নামত আচলতে কি চলিছে, উন্নয়ন নে ? লুন্ঠন
ইয়াৰ উপৰিও উক্ত পথছোৱা মেৰামতি বাবে লাখ, লাখ টকা আগবঢ়াই আহিছে চৰকাৰে।
যদিও ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰ ইউছৱ আলী, উপ-ঠিকাদাৰ ফটিক আলীয়ে,কনিষ্ঠ অভিযন্তা সাহা আলমক মেনেছ কৰি উক্ত পথ মেৰামতি নিৰ্মাণত নিম্ন মানৰ কাম কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে ।
মনকৰিবলগীয়া যে এনে দুৰ্নীতিগ্ৰস্থ ঠিকনাৰ আৰু কনিষ্ঠ অভিযন্তা বিৰুদ্ধে বিলাসীপাৰা মহকুমাধিপতি আৰু ধুবুৰী জিলা উপায়ুক্তৰ ওচৰত সংবাদ মাধ্যমৰ যোগেদি বিহিত-ব্যৱস্থাৰ দাৱী তুলিছে ৰাইজে।
0 Comments