বগৰীবাৰী আৰক্ষীৰ বৃহৎ সফলতা অভিযান
নিউজ বিলাসীপাৰাঃ ২৪ এপ্ৰিলঃ গোপন সুত্রে পম খেদি আৰক্ষীয়ে চাওগুৰীৰ ফালৰ পৰা শিমলাবাৰী দি বহিঃৰাজ্যৰ উন্নত জাতৰ তিনিটা চোৰাং গৰু আহি থকা অৱস্থাতে বগৰীবাৰী আৰক্ষীয়ে গৰুসহ দুজনক গ্ৰেপ্তাৰ কৰে,আৰক্ষীয়ে।।
জানিব পৰা মতে বহিঃৰাজ্যৰ চোৰাং গৰু সৰবৰাকাৰী অভিযুক্ত দুগৰাকী হল, যোগীৰ মহল গাওঁৰ লুৎফৰ ৰহমান আৰু আন এগৰাকী হল,চাওগুৰী গাওঁৰ আব্দুৰ ৰশিদ বুলি জানিব পৰা গৈছে।।
উল্লেখ্য যে এই বহিঃৰাজ্যৰ চোৰাং গৰু সৰবৰাকাৰীৰ লগত আন কেইবা গৰাকী জড়িত আছে,বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।।
0 Comments