গুৱাহাটিত আন্তৰাষ্ট্ৰীয় নাৰী দিবসত ড° আম্বেদকাৰ বঁটা লাভ ।নাহৰকটিয়াৰ জুৰি দেওধাই ফূকন"ৰ।
গুৱাহাটিত আন্তৰাষ্ট্ৰীয় নাৰী দিবসত ড° আম্বেদকাৰ বঁটা লাভ ।নাহৰকটিয়াৰ জুৰি দেওধাই ফূকন"ৰ।
"ইকৰাম আলি" ডিব্ৰুগড়- ডিব্ৰুগড় জিলাৰ নাহৰকটিয়া মিলন নগৰৰ নিবাসী পুলিন চন্দ্ৰ দেউধাই ফুকনৰ পত্নি জুৰি দেউধাই ফুকনক প্ৰদান কৰা হয় ড° আম্বেদকাৰ বঁটা । আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা আড়ম্বৰপুৰ্ণ এক অনুষ্ঠানত শ্ৰীমতী ফুকনক এই বঁটা প্ৰদান কৰে উক্ত সমিটিয়ে । আজি শ্ৰীমতী জুৰি দেওধাই ফুকন"ৰ বাসগৃহত উপস্থিত হৈছিলো । অনেক সামাজিক কৰ্মৰ মাজত জীৱনৰ সৰহভাগ সময় অতিবাহিত কৰা শ্ৰী মতী ফুকনে মুখত এমোকোৰা মিঠা হাঁহিৰে আমাক অপ্যায়ন কৰাৰ দিশে আগবাঢ়ি আহিছিল । আনদিনাৰ দৰে আজিও মোক সংগ দিছিল ভাতৃপ্ৰতিম মানৱ অধিকাৰ সংগ্ৰাম সমিতি"ৰ ডিব্ৰুগড় জিলা অধ্যক্ষ মনোজ দুৱৰাই ।

0 Comments