নগৰবেৰাৰ ৰঙাপানীত বকোৰ বিধায়িকা নন্দিতা দাসৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্র প্রতিবাদ।

নগৰবেৰাৰ  ৰঙাপানীত  বকোৰ বিধায়িকা নন্দিতা দাসৰৰ বিৰুদ্ধে  সাব্যস্ত কৰিলে তীব্র প্রতিবাদ।

নগৰবেৰাৰ পৰা, স্বাহ স্বাহিন জামান আহমেদ- পাচ বছৰ প্ৰতিনিধিত্ব কৰিছে, কিন্তু কোনো উন্নয়ন কৰা নাই বিধায়িকা নন্দিতা দাস।  ২০১৬ ৰ নিৰ্বাচনত ভোটৰ সময়ত আহিছিল বিধায়িকা নন্দিতা দাস। পাছ বছৰে মুখ দেখা নাই আমাৰ এই দুৰ্গম অঞ্চলত এতিয়া নিৰ্বাচন আহিছে দূৰ্গম অঞ্চলতো আহিবলৈ প্ৰস্তুতি চলাইছে বিধায়িকা নন্দিতা দাস আগতে ৰাস্তাৰ কাম পিছত ভোটৰ বিবেচনা কৰা হব এই কথা আমাৰ নহয় এই কথা বকো সমষ্টিৰ ৰাঙ্গাপানী গাও পঞ্চায়তৰ ৰাইজৰ।

এই দৃশ্যলৈ মন কৰক আৰু ভাৱক পাচ বছৰত কিমান উন্নয়ন কৰিছে বিধায়িকা নন্দিতা দাস। নিৰ্বাচনৰ দিন বাৰ ঠিক হোৱাৰ পাছত ৰাইজে জনপ্ৰতিনিধিৰ বিৰুদ্ধে সাৱস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ নন্দিতা দাস গোবেগ, গড়কাপ্তানী বিভাগ হায় হায়, ৰাস্তা আমাৰ লাগিবই আদি শ্ল-গানেৰে সাৱস্ত্য কৰিলে প্ৰতিবাদ।

সমাগত  বিধান সভাৰ নিৰ্বাচনৰ আগতে ৰাস্তাৰ কাম নকৰিলে ভোট বৰ্জন কৰাৰ  হুঁংকাৰ ভোটাৰ ৰাইজৰ।

Post a Comment

0 Comments