বিলাসীপাৰা আৰক্ষীৰ বৃহৎ সফলতা-

বিলাসীপাৰা আৰক্ষীৰ বৃহৎ সফলতা-


ডুৱাচুৰী দ্বিতীয় খণ্ড গাওঁৰ পৰা ১৬ টা আৰু গৌৰাং নৈৰ ওচৰৰ পৰা২২ টা চোৰাং গৰু আজি জব্দ কৰে,বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ লগতে বিলাসীপাৰা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাত্ত বিষয়া দেৱজিৎ শৰ্মাই । উল্লেখ্য যে এনেদৰে বাংলাদেশ সীমান্তৱৰ্ত্তীত আৰু মেঘালয়ত চোৰাং গৰু সৰৱৰাকাৰী হোৱা বুলি জানিব পৰা গৈছে।

Post a Comment

0 Comments