PMGY আঁচনিৰ প্ৰায় ১০ কোটি টকাৰ পকী ৰাস্তা নিৰ্মাণৰ আধাৰশিলা শুভ উদ্বোধন কৰে বিধায়ক হাফিছ বছিৰ কাছেমী-
জহিৰুল ইছলাম, বিলাসীপাৰা- ২১ ফেব্ৰুৱাৰীঃ-
ধুবুৰীি জিলাৰ বিলাসীপাৰাত আনন্দৰ নগৰৰ পৰা সোনকোষ, আৰু সোনকোষৰ পৰা ডুৱাচুৰী লৈকে (PMGY) আঁচনিৰ প্ৰায় ১০ কোটি টকাৰ পকী ৰাস্তা নিৰ্মাণৰ আধাৰশিলা আজি শুভ উদ্বোধন কৰে বিধায়ক হাফিছ বছিৰ কাছেমীয়ে ।।
উল্লেখ্য যে উক্ত আধাৰশিলা অনুষ্ঠানটোত উপস্থিত থাকে,এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় কমিটিৰ যুৱ মৰ্চাৰ প্ৰশাসনিক সম্পাদক,আবুল বাছাৰ,ধুবুৰী জিলা কমিটিৰ সভাপতি, মুক্তি ইয়াহিয়া,উপ-সভাপতি শ্বেখ আবুল হাশেম,ধুবুৰী জিলা ছাত্র মৰ্চাৰ সভাপতি আবু হানিফা,ফজৰ আলী মণ্ডল, আব্দুৰ ৰশিদ,আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে।

0 Comments