মাছপাৰা সোনকোষ গাওঁ পঞ্চায়তত MGNREGA আঁচনিৰ আধাৰশিলা স্থাপন-ৱাৰ্ড সদস্যাই

মাছপাৰা সোনকোষ গাওঁ পঞ্চায়তত MGNREGA আঁচনিৰ আধাৰশিলা স্থাপন-ৱাৰ্ড সদস্যাই

ফৰিজ উদ্দিন আহমেদ, বিলাসীপাৰা-

ধুবুৰী জিলাৰ বিলাসী পাৰা পশ্চিম সমষ্টিৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাছপাৰা সোনকোষ গাওঁ পঞ্চায়তৰ পশুৱাৰ ২য় খণ্ডৰ গাঁৱত আজি স্হানীয় গন্য মান্য ব্যক্তি সকলৰ উপস্থিতিত ৱাৰ্ড সদস্যা ফিৰোজা খাতুনে ২০২০-২১ বিত্তীয় বৰ্ষৰ MGNREGA আঁচনিৰ ৪.০০১৫৮/- হাজাৰ টকা ব্যয় সাপেক্ষে ৰাস্তা নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে উক্ত ৰাস্তা নিৰ্মাণ কামৰ জৰিয়তে গাঁৱ খনৰ ৰাইজৰ বহু দিনীয়া সমস্যা সমাধান হ'ব বুলি স্হানীয় ৰাইজে জানিবলৈ দিয়ে। লগতে ৰাস্তা নিৰ্মাণ কামত ৰাইজক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়।

Post a Comment

0 Comments