বিলাসীপাৰাৰ ডালাপাৰা গুটিপাৰা পাব্লিক হাই স্কুল প্ৰাংগনত MDSWS & J.F. FOUNDATION ৰ উদ্যোগত হাবিব মহম্মদ চৌধুৰীৰ শিক্ষামূলক সজাগতা সভা৷
বিলাসীপাৰাৰ ডালাপাৰা গুটিপাৰা পাব্লিক হাই স্কুল প্ৰাংগনত MDSWS & J.F. FOUNDATION ৰ উদ্যোগত হাবিব মহম্মদ চৌধুৰীৰ শিক্ষামূলক সজাগতা সভা-
আজি বিয়লি বিলাসী পাৰা মহকুমাৰ বৃহত্তৰ নায়েৰ আলগা চৰ অঞ্চলৰ ডালা গুটিপাৰা হাইস্কুল প্ৰাঙ্গণত বিশাল শিক্ষামুলক সজাগতা সভা অনুষ্ঠিত হৈ যায়৷উক্ত সভাখন ডালা গুটিপাৰা অৰুণোদয় ক্লাৱৰ সহযোগত আৰু MDSWS & J.F. FOUNDATION ৰ উদ্যোগত অনুষ্টিত কৰা হয়৷সভা পৰিচালনা কৰে শিক্ষক জয়নাল আবেদিনে ৷সভাত মুখ্য আকৰ্ষিত অতিথি হেলিকপ্টাৰৰে উপস্থিত হয় হাবিব মহম্মদ চৌধুৰীয়ে ।

0 Comments