CAA, আমি নামানো বুলি বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ-
বিলাসীপাৰাঃ২৩ ফেব্ৰুৱাৰীঃ
CAA, আমি নামানো, বুলি শ্বলো গান দি আজি উত্তাল প্ৰতিবাদ,বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।
উল্লেখ্য যে উক্ত (CAA) প্ৰতিবাদী কাৰ্যসুচীত অংশ গ্ৰহণ কৰে, কোকৰাঝাৰ জিলা (N.S.U.I) ৰ সভাপতি জয়নুদ্দিন শ্বেখ, বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র নেতা ছামিম হুছাইন আদিকে ধৰি ছাত্ৰ-ছাত্ৰী অংশ কৰে।।


0 Comments