বিলাসীপাৰা মহকুমা ভিত্তিত ফিজিকেল হেণ্ডিকেপ্ট ওৱেলফেয়াৰ এচোছিয়েশ্যনৰ টিলাপাৰা কাৰ্যালয়ত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন।

বিলাসীপাৰা মহকুমা ভিত্তিত ফিজিকেল হেণ্ডিকেপ্ট ওৱেলফেয়াৰ এচোছিয়েশ্যনৰ টিলাপাৰা কাৰ্যালয়ত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন।


ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমা ভিত্তিত ফিজিকেল হেণ্ডিকেপ্ট ওৱেলফেয়াৰ এচোছিয়েশ্যনৰ উদ্যোগত আজি ৰাতি পুৱা ৮.oo বজাত টিলাপাৰাত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে ফিজিকেল হেণ্ডিকেপ্ট ওৱেলফেয়াৰ এচোছিয়েশ্যনৰ সভাপতি ইছমাইল সেখে। উক্ত কাৰ্য্যসুচীত এচোছিয়েনৰ সাধাৰণ সম্পাদক ফৰিজ উদ্দিনঝ আহমেদৰ লগতে ফিজিকেল হেণ্ডিকেপ্ট এচোছিয়েনৰ কৰ্ম কৰ্তা সকলৰ লগতে বহুতো গন্য মান্য ব্যক্তিৰ সকলে উপস্থিত থাকি গণৰাজ্য দিৱসৰ ২৬ জানুৱাৰী পতাকা উত্তোলন কাৰ্য্যসুচী সাফল‌্য মণ্ডিত কৰে।

Post a Comment

0 Comments