বিলাসীপাৰা কাজাইকাটাত অগ্নিকাণ্ড সংঘটিত হয়

বিলাসীপাৰা কাজাইকাটাত অগ্নিকাণ্ড সংঘটিত হয়

নিউজ বিলাসীপাৰাঃ ৭ এপ্ৰিলঃ ৰাজ্যৰ তৃতীয় পৰ্য্যাায়ৰ নিৰ্বাচনৰ দিনাই বিলাসীপাৰা কাজাইকাটাত অগ্নিকাণ্ডত সংঘটিত হোৱা, নিশা ১২-০০ মান বজাতেই দুৰ্ভগীয়া পৰিয়ালৰ কাষত থিয় দিলে,২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিত অসম জাতীয় দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰতিদ্বন্দিতা আগবঢ়োৱা জনদৰদী নেতা ইফতাৰুল ইছলামে।

✍🏿উল্লেখ্য যে যোৱা কালি সমষ্টি খনত ৰাইজৰ ভোটদান সম্পূৰ্ণ হোৱাৰ পিছতো কাজাইকাটা ষষ্ঠ খণ্ড গাওঁত ভৱাৱহ অগ্নিকাণ্ডত সংঘটিত হোৱা পৰিয়ালৰ কাষত এতিয়ালৈকে কোনো ৰাজনৈতিক দলৰ নেতা তথা স্থানীয় বিধায়ক, সাংসদ দুৰ্ভগীয়া পৰিয়াল বৰ্গক অলপ সকাঁহ আগবঢ়োৱাব তো দূৰৰ কথা এতিয়ালৈকে কোনে ৰাজনৈতিক দলেই অগ্নিকাণ্ড সংঘটিত দুৰ্ভগীয়া পৰিয়াল বৰ্গৰ কাষত থিয়ও দিয়া নাই।।

✍🏿থিয় দিলে,জনতাৰ বিপদ সহ্য কৰিব নোৱাৰা জনদৰদী নেতা ইফতাৰুল ইছলামে নিশা ১২-০০ মান বজাতেই দুৰ্ভগীয়া পৰিয়াল বৰ্গৰ কাষত থিয় দি ১০০০০ টকা সকাঁহ আগবঢ়ালে,জুইত অগ্নিদগ্ধ হোৱা কেইবা গৰাকী ব্যক্তিৰ বাবে উন্নত চিকিৎসাৰ বাবে নিজেই কষ্ট মূৰ পাতি লৈ ধূবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে বিহিত-ব্যৱস্থা কৰি দিয়ে। জনতাৰ বিপদ কন্ঠ নেতা ইফতাৰুল ইছলামে।

Post a Comment

0 Comments