গোৱালপাৰাত আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

গোৱালপাৰাত আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ


গোৱালপাৰাত আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। অনলাইন পৰীক্ষাৰ দাবীত আজি গোৱালপাৰা আইন মহাবিদ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কোভিড ১৯ ৰ ভয়াবহতাৰ বাবে অনলাইন পৰীক্ষাৰ পতাৰ আহ্বান জনায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক।

বিভিন্ন শ্নগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অনলাইন পৰীক্ষাৰ পতাৰ ব্যৱস্থা কৰক ছাত্ৰ ছাত্ৰীক লৈ হেতালি কৰা নচলিব আমাৰ দাবী মানিবই লাগিবই গুৱাহাটী বিশ্ববিদ্যালয়ে অনলাইন পৰীক্ষাৰ পাতিব লাগিবই আমাৰ অনলাইন পৰীক্ষা লাগিবই।

Post a Comment

0 Comments