বিলাসীপাৰা পশ্চিম সমষ্টিত তৃণমূল কংগ্ৰেছত নে ? মহাজোঁটত ?
নিউজ বিলাসীপাৰাঃ ১ এপ্ৰিলঃ বিলাসীপাৰা পশ্চিম সমষ্টি খনৰ ৰাইজে শেষ মহৰ্ত্বত কোন দিশে গতি কৰিব তৃণমূল কংগ্ৰেছত নে ? মহাজোঁটত ?এতিয়াও স্পষ্ট কৰিবলৈ সক্ষম হোৱা নাই, সমষ্টিবাসী ৰাইজৰ মতামত ,এয়া এক ডাঙৰ প্ৰশ্ন।।
✍🏿মুঠতে প্ৰশ্ন হয় যে নামনি অসমত এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ হেভিৱেট শীৰ্ষক নেতাই বিলাসীপাৰা পশ্চিম সমষ্টি খন উদ্ধাৰৰ বাবে উঠি পৰি লাগিছে,যদিও পিছ পৰি থকা নাই,তৃণমূল কংগ্ৰেছৰ নেতা শীৰ্ষক নেতাই।।
✍🏿বিলাসীপাৰা গুটিপাৰাত আজি তৃণমূল কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে।।
✍🏿উল্লেখযোগ্য যে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা খনত বিখ্যাত অভিনেত্রী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ শ্ৰীমতী শতাব্দি ৰায়,উপস্থিত হোৱাৰ কথা আছিল,যদিও হঠাৎ বিশেষ অসুবিধা সন্মূখীন হোৱাৰ ফলত সভা খনত উপস্থিত হব পৰা নাই।।
✍🏿২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰেজ্জাক শ্বেখৰ হৈ নিৰ্বাচনী প্ৰচাৰ,সৰ্ব ভাৰতীয় মেডিকেল কাউন্সিলৰ চেয়াৰমেন ডঃ শান্তানু শেন লগতে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি গোপী নাথ দাসে ।।
✍🏿প্ৰচাৰ সভা খনত অসমৰ পৰিস্থিতি সন্দৰ্ভত ভাষন আগবঢ়ায়,মেডিকেল কাউন্সিলৰ চেয়াৰমেন গৰাকীৰ আৰু লগতে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।।
✍🏿উল্লেখ্য যে সভা খনত প্ৰায় দহ হেজাৰ শতাধিক জনতাই সমাগম হোৱা বুলি জানিব পৰা গৈছে।।
0 Comments