বিলাসীপাৰাৰ অন্তৰ্গত কাঠালদি দ্বিতীয় খণ্ডৰ গাওঁৰ এজন যুৱক নিৰুদ্দেশ।
বিলাসীপাৰাঃ ১৬ এপ্ৰিলঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কাঠালদি দ্বিতীয় খণ্ড গাওঁৰ পৰা নুৰ হোছেনৰ লৰা ছাইদুল ইছলাম বয়স (১৪) বছৰ। য়োৱা দুই মাহ ধৰি বিলাসীপাৰা চহৰৰ পৰা নিখোজ হৈ যাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
এই বিষয়ে বিলাসী পাৰাৰ থানাত এখন এজাহাৰ দাখিল কৰে যদিও এতিয়ালোকে কোনো সন্ধান পোৱা নাই।কোনো হিদয় বান ব্যক্তিয়ে যদি সন্ধান পায় তেনেহলে বিলাসীপাৰা আৰক্ষী চকীত জমা দিবলৈ অনুৰোধ জনায় পৰিয়ালৰ লোকে।
লগতে এই 8011351872 অথবা 6396507159 নম্বৰ যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।
0 Comments