আঁঠ গৰাকী পঞ্চায়ত সদস্য আনুষ্ঠানিক ভাৱে এ আই ইউ ডি এফ দল তথা মহাজোঁটত যোগদান-
বিলাসীপাৰাত মায়াৰ চৰ গাওঁ পঞ্চায়তৰ আঁঠ গৰাকী পঞ্চায়ত সদস্য আজি আনুষ্ঠানিক ভাৱে এ আই ইউ ডি এফ দল তথা মহাজোঁটত যোগদান । উল্লেখ্য যে মায়াৰ চৰ গাওঁ পঞ্চায়ত খনৰ সভাপতি আয়নাল হক যোৱা তিনি মাহ মান পূৰ্বতে এ আই ইউ ডি এফ দলত যোগদান কৰি আহিছিল,
যদি আকৌ পঞ্চায়ত খনৰ সভাপতি আয়নাল হকে দল বাগৰি ৰাইজৰ দলত যোগদান কৰাৰ উমান পাই পঞ্চায়ত খনৰ আঁঠ গৰাকী সদস্য ক্ষোভিত হৈ পঞ্চায়ত খনৰ সদস্য আশাত আলী আৰু আয়ুব আলীৰ নেতৃত্বত ছয় গৰাকী পঞ্চায়ত সদস্য ২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিৰ এ আই ইউ ডি এফ দল তথা মহাজোঁট বন্ধনৰ প্ৰাৰ্থী হাফিছ বছিৰ আহমেদ কাছেমী ওচৰত আজি আনুষ্ঠানিক ভাৱে যোগদান কৰে।।
মুঠতে প্ৰশ্ন হয় যে পঞ্চায়ত খনৰ মুঠ আঁঠ গৰাকী সদস্য ক্রয়ে-আশাত আলী,আয়ুব আলী,আমজাদ আলী,ফকিৰ চান মণ্ডল,আনোৱাৰ মণ্ডল,আমিনুল হক,জাহান উদ্দিন ভূঁঞা,আশান আলী মণ্ডল বুলি জানিব পৰা গৈছে।
0 Comments