ঐতিহাসিক বাঘবৰ সমষ্টিত ৰাজনৈতিক বতাহ বলিছে ধুমুহাৰ গতিৰে-
কোন হব বিধায়ক শ্বেৰমান নে ৰাজীৱ ?
দুইবাৰৰ বিধায়ক শ্বেৰমান আলীৰ জনসমৰ্থনৰ কাষত এ আই ইউ ডি এফৰ ৰাজীৱ আহমেদ হেও মনা পৰিলক্ষিত হৈছে। কিয়নো ৰাজীৱ আহমেদক পৰিচালনা কৰে একাংশ সাংগো পাংগোয়ে কাৰণ ৰাজীৱ আহমেদৰ নাই কোনো ৰাজনৈতি জ্ঞান। সমষ্টি বাসীয়ে পুৰ্বৰ পৰাই জানে ৰাজীৱ আহমেদৰ লগত থকা একাংশ সাংগো পাংগো চিপৰাং মৰা কংগ্ৰেছীহে।
বাঘবৰ সমষ্টিৰ ৰাইজক লাগে উন্নয়ন, অকৰ্মণ্য লোকক বিধায়ক নিৰ্বাচিত কৰি মূৰত ৰাম টাঙোন নামাৰে বুলি ৰাইজে লৈছে পন, শ্বেৰমান হব বিধায়ক, তেতিয়াহে বাঘবৰ সমষ্টিৰ হব উন্নয়ন ।
শ্বেৰমান আলীক কিয় ভোট দিব বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাইজৰ মতামত -
ৰাইজক লাগে উন্নয়ন, ৰাইজক লাগে শিক্ষাৰ অধিকাৰ, ৰাইজক লাগে যাতায়তৰ সুবিধা, ৰাইজক লাগে সমস্যা সমূহ বিধান সভাত উত্থাপনৰ নেতা-
ইফালে এ আই ইউ ডি এফ নেতা বদৰুদ্দিন আজমলৰ শেহতীয়া মোদী আৰু বাংলাদেশ তুষ্টিকৰণ মন্তব্যই এ আই ইউ ডি এফ দলৰ প্ৰতি মোহভঙ্গ হৈ পৰিছে জনতাৰ মোহভংগ হৈ পৰিছে ৰাজীৱৰ প্ৰতি।
নিৰ্বাচনৰ প্ৰতিটো মূহুৰ্তৰ খবৰ পাবলৈ চাই থাকক আৰ পি নিউজ টিভিৰ (www.facebook.com/rehenapa) প্ৰতিটো বাতৰিৰ সৈতে ।
0 Comments