AIUDF ৰ সভাপতি বদৰউদ্দিন আজমলৰ নিৰ্বাচনী ৰনডংকা
৪৭ নং ছেঙা সমষ্টিৰ পাঠিমাৰী খোলাবন্দা জনপ্ৰিয় বজাৰত AIUDF দলৰ প্ৰাৰ্থী আশ্রাফুল হুছেইন ৰ হৈ AIUDF ৰ সভাপতি বদৰউদ্দিন আজমলৰ নিৰ্বাচনী ৰনডংকা।
বুধবাৰে বৰপেটাৰ ৪৭ নং ছেঙা বিধান সভা সমষ্টিৰ পাঠিমাৰী খোলাবন্দা জনপ্ৰিয় বজাৰত AIUDF দলৰ এখনী নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়। উক্ত নিৰ্বাচনী জনসভাত হেলিকপ্টাৰ যোগে উপস্তিত হয় AIUDF দলৰ সভাপতি বদৰউদ্দিন আজমল।ছেঙা সমষ্টিৰ উন্নয়নৰ হকে AIUDF দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইন ক তলা চাবিৰ ছবিতে ভোট দিবলৈ আহবান জনালে আজমলে।
বুধবাৰে বৰপেটাৰ চেঙা বিধান সভাৰ খোলাবন্ধা জনপ্ৰিয় বজাৰত হেলিকপ্তাৰ যোগে নিৰ্বাচনী সভাত উপস্থিত হয় AIUDF সভাপতি গৰাকী দলীয় প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ হৈ উপস্থিত হয় নিৰ্বাচনী সভাত ।বদৰুদ্দিন আজমল পৰৱৰ্তী সময়ত প্ৰাৰ্থী আশ্ৰাফুলৰ হাতত ধৰি ৰাইজৰ সতে পৰিচয় কৰোৱালে সভাপতি গৰাকীৰ, মহাজোঁটে হেনো ১০০+ আসন পাব এইবাৰৰ নিৰ্বাচনত ,মূখ্যমন্ত্ৰীও হব হেনো কংগ্ৰেছৰ ,পিছে ড° হিমন্ত বিশ্ব শৰ্মাৰ নামটোহে শুনিব নোখোজে AIUDF সভাপতি গৰাকীয়ে....
0 Comments