নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা বেগম-

নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা বেগম


বিলাসীপাৰাত মায়াৰ চৰ ষষ্ঠ খণ্ড গাওঁত যোৱা ১৬ ফেব্ৰুৱাৰী ইং তাৰিখে তিনি গৰাকী পৰিয়ালৰ ঘৰ-বাড়ী জুঁইত ভূষ্মিভুত হোৱা আজি পৰিদৰ্শন কৰে, নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা বেগম।। 

উল্লেখ্য যে জুঁইত ভূষ্মিভুত হোৱা পৰিয়ালক এহেজাৰকৈ টকা সকাঁহ আগবঢ়ালে,নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী গৰাকীয়ে

Post a Comment

0 Comments