Imartial Youth Organition (N.G.O) ৰ উদ্যোগত ৭২ তম গণৰাজ্য দিৱ উদযাপন-

Imartial Youth Organition (N.G.O) ৰ উদ্যোগত ৭২ তম গণৰাজ্য দিৱ উদযাপন

(জ্যোতিকেশ বৰুৱা, অভয়াপুৰী)-

দেশৰ ভিন ভিন প্ৰান্তৰ লগতে অভয়াপুৰী হীৰাপাৰাৰ খেল পথাৰতো 'Imartial Youth Organition (N.G.O) ৰ উদ্যোগত ৭২ তম গণৰাজ্য দিৱ উদযাপন কৰা হয়।

বিশিষ্ট সমাজ কৰ্মী মনোৰঞ্জন দাসৰ দ্বাৰা পতাকা উত্তোলন কৰাৰ লগতে পানীত বড়িত খেল , নৃত্য প্ৰতিযোগিতা আৰু অন্যান্য আকৰ্ষণীয় কাৰ্যসূচী অনুষ্ঠিত কৰে । Imartial Youth Organition (N.G.O) ৰ সভাপতি, মহিৰুল ইছলাম আৰু সম্পাদক ববীদুল ইছলাম, বিশিষ্ট অতিথি হাতেম আলি, নিখিল, ৰাজখান ছেলিমূল আলি, উদয় দাস, মকিবুল ইছলাম, নাজিমা আহমেদ, ছাঁহাবুদ্দিন সেইখৰ লগতে N.G.O ৰ সকলো সদস্য বৃন্দ আৰু উপস্থিত থাকে। প্ৰতিবছৰে ভিন ভিন আকৰ্ষণীয় কাৰ্যসূচী হাতত লৈ গণৰাজ্য দিৱ উদযাপন কৰিব বুলি জানিবলৈ দিয়ে।

Post a Comment

0 Comments