কমৰেড আব্দুল হামিদ তালুকদাৰৰ স্মৃতি চাৰণ সভা-

 

কমৰেড আব্দুল হামিদ তালুকদাৰৰ স্মৃতি চাৰণ সভা-

গোৱালপাৰা জিলাৰ এছ ইউ চি আই কমনিষ্ট দলৰ সদস্য তথা শিক্ষক কমৰেড আব্দুল হামিদ তালুকদৰ যোৱা ৩ নভেম্বৰ ২০২০ইং তাৰিখ পবা ৭:৩০ বজাত নিজগৃহত শষে নিঃশাষ ত্যাগ কৰে | সেইহেতুকে তেখেতৰ গুণমগ্ধ এছ ইউ চি আই কমনিষ্ঠ দলে কমৰেড আব্দুল হামিদ তালুকদাৰৰ স্মৃতি চাৰণ সভাখন যোবা ১৮ নভেম্বৰ ২০২০ইং তাৰিখে আব্দুল হামিদ তালুকদৰে প্ৰতষ্ঠা কৰা ক্ষুদ্ৰপৈতাৰি এল পি স্কুলত আবু হানিফ মিঞাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয় | 
সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অধ্যাপক কমৰেড ওছমান গণি মোল্লাহ লগতে ভাষন যোগে কয় যে, আব্দুল হামিদ তালুকদাৰ এছ ইউ চি আই দলৰ এজন সক্ৰিয় কৰ্মী আছিল | দলটোত তেওঁৰ যথেষ্ঠ বৰঙণী আছিল বুলি উল্লেখ কৰে | সভাখনত প্ৰতিজন বক্তাই তেওঁ ন্যায় নিষ্ঠা তথা দলৰ এজন দক্ষ কৰ্মী হচাবে চিৰদিন সোৱৰণীয় হৈ থাকিব বুলি কয় | 

সদৌ শেষত RP News TVৰ পৰিয়ালৰ হৈ মই নুৰ আমিনে আব্দুল হামিদ তালুকদাৰৰ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ ||

Post a Comment

0 Comments